সমললৈ যাওক

১৫ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১১২১৩১৪
১৫১৬১৭১৮১৯২০২১
২২২৩২৪২৫২৬২৭২৮
২৯৩০৩১  

১৫ মাৰ্চ (ইংৰাজী: 15 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৪তম (অধিবৰ্ষত ৭৫ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯১ টা দিন বাকী থাকে৷

উল্লেখযোগ্য ঘটনাৱলী

[সম্পাদনা কৰক]
  • ২০২৫চীনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি শি জিনপিঙে আনুষ্ঠানিকভাৱে তৃতীয় কাৰ্যকাল আৰম্ভ কৰে।[1]
  • ৪৪ খ্ৰীষ্টপূৰ্ৱ - জুলিয়াছ চিজাৰ, ৰোমান সেনাপতি আৰু ৰাজনীতিবিদ।
  • ১৯৭৮ - মঘাই ওজা, অসমীয়া ঢোল বাদক।
  • ১৯৮৪ - কালিদাস ভট্টাচাৰ্য, ভাৰতীয় দাৰ্শনিক।
  • ১৯৯৮ - মালতী চৌধুৰী, ভাৰতীয় সমাজকৰ্মী।
  • ২০০৮ - সৰলা ঠকৰাল, প্ৰথম ভাৰতীয় মহিলা বৈমানিক।
  • বিশ্ব গ্ৰাহক অধিকাৰ দিৱস
  • সংবিধান দিৱস (বেলাৰুছ)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. "Xi Jinping begins historic third term as China's president" (en ভাষাত). CNN. https://www.cnn.com/2025/03/15/asia/xi-jinping-third-term-china-intl-hnk আহৰণ কৰা হৈছে: 28 April 2025.